দৰঙৰ খাৰুপেটীয়াত ভুমিকেন্দ্ৰীক ভয়ংকৰ মাৰপিটৰ ঘটনা। থিতাতে নিহত দুগৰাকী লোক

দৰঙৰ খাৰুপেটীয়াত ভুমিকেন্দ্ৰীক ভয়ংকৰ মাৰপিটৰ ঘটনা। থিতাতে নিহত দুগৰাকী লোক। #sangbaddigital #sipajharnews #darrangnews #everyone #assam #Kharupetia #durgapuja23

খাৰুপেটীয়াত   ভুমিকেন্দ্ৰীক ভয়ংকৰ মাৰপিটৰ ঘটনা।
থিতাতে  নিহত  দুগৰাকী লোক।

জামালুদ্দিন, ছাহিযাল ইমৰান, ছামছুদ্দিন,ছফিউৰ, আতিকুল ইছলাম ,ছবৰ আলী ,  সহ আৰু কেইবাজনো গুৰুতৰ ভাবে আহত। 

আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

 ভু মাফিয়া জাহেৰ আলী ওৰফে  ঘাৰে সহ   ভাই বোৱাৰী মাফিয়া খাতুন  থিতাতে নিহত  হয় ।

জানিব পৰামতে আক্ৰমণ প্ৰত্যাক্ৰমণৰ ফলত থিতাতে নিহত হয় ভু মাফিয়া  জাহেৰ ওৰফে ঘাৰে আৰু ভাই বোবাৰী মাফিয়া খাতুন  ।

 ঘটনাক  কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে  

ঘটনাস্থলীত আৰক্ষী দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱাল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে