সাধাৰন জ্ঞান

Day-1 তলত আপোনালোকৰ মতামত বিছাৰিছো। আপোনালোকৰ দিহা পৰামৰ্শ বিচাৰিছোঁ।

1. ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল ?

শুদ্ধ উত্তৰটো ক্লিক কৰ

অসহযোগ আন্দোলন
ভাৰত ত্যাগ আন্দোলন
চিপাহী বিদ্রোহ
আইন অমান্য আন্দোলন

2. সংযুক্ত আৰব এমিৰেট (UAE) ৰ মুদ্ৰাৰ নাম কি ?

ৰুবল
ডিনাৰ
ডিৰহাম
শেকেল

3. আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল ?

চন্দ্ৰকান্ত সিংহ
যোগেশ্বৰ সিংহ
পুৰন্দৰ সিংহ
কমলেশ্বৰ সিংহ

4. গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল ?

শৰৎ চন্দ্ৰ সিংহ
বিমলা প্ৰসাদ চলিহা
বিষ্ণুৰাম মেধি
গোলাপ বৰবৰা

5. ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত ?

কলিকতা
নতুন দিল্লী
মুম্বাই
ভূপাল

6. “প্রত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্রতিক্রিয়া থাকে” শীৰ্ষক পদার্থবিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল ?

বেজ্ঞামিন ফ্ৰেংকলিন
মাইকেল ফেৰাডে
চাৰ আইজাক নিউটন
এলবাৰ্ট আইনষ্টাইন