ছিপাঝাৰ সাৰ্বজনীন দূৰ্গা পূজা সমিতিৰ মহালয়া উদযাপন ॥
ছিপাঝাৰবাসীয়ে মটৰ ষ্টেচনৰ দূৰ্গাপূজাস্থলীত উদযাপন কৰিছে মহালয়া ॥ #sangbaddigital #everyone #sipajharnews #darrangnews #mangaldainews #durgapuja23 #DurgaPujaSpecial
ছিপাঝাৰ সাৰ্বজনীন দূৰ্গা পূজা সমিতিৰ মহালয়া উদযাপন ॥
পোন প্ৰথম বাৰৰ বাবে ছিপাঝাৰবাসীয়ে মটৰ ষ্টেচনৰ দূৰ্গাপূজাস্থলীত উদযাপন কৰিছে এই মহালয়া ॥
পুৰোহিতৰ মন্তউচ্ছাৰনে অনুষ্টিত কৰিলে মহালয়া
মহালয়াত বহুলোকৰ সমাগম ঘটে ॥