দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
২৩ আঘোন, ৰবিবাৰ ইং ১০ ডিচেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৬/৩/৭ *সূৰ্য্যাস্ত* ঘ:- ৪/২৯/২৫
*ৰাশি:-* তুলা ৰাশি।শে:ৰা ঘ:- ৫/২৮/৪১ যোৱাত বৃশ্চিক ৰাশি।
*তিথি :-* কৃষ্ণা ত্ৰযোদশী । শে:ৰা:ঘ:- ৫/৩৭/৫৪ লৈ।
*নক্ষত্ৰ :-* স্বাতী । প্ৰা:ঘ:- ১০/৪৯/১৫ লৈ।
*শুভ সংখ্যা:-* ২/১
*শুভ ৰং:-* ৰঙা/ হালধীয়া।
*আদ্যঋতু হলে :-* বেশ্যা যোগ।
*মৰণত দোষ*:- এপদ। প্ৰা:ঘ:- ১০/৪৯/১৫ যোৱাত ত্ৰিপদ। শে:ৰা:ঘ:- ৫/৩৭/৫৪ যোৱাত পূৰ্ণ দোষ।
*যাত্ৰা:-* দক্ষিণ দিশত নাই। শে:ৰা:ঘ:- ৫/৩৭/৫৪ যোৱাত পশ্চিম দিশত নাই।
*যোগিনী* :- দক্ষিণ দিশত । শে:ৰা:ঘ:- ৫/৩৭/৫৪ যোৱাত পশ্চিম দিশত।
*ভক্ষাভক্ষ্য* :- বেঙেনা খোৱা নিষেধ। শে:ৰা:ঘ:- ৫/৩৭/৫৪ যোৱাত মাটিমাহ খোৱা নিষেধ।
YouTube:- https://youtube.com/@astrologernayanjyotisarma8497
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, যিমান পাৰে আজি আপোনাৰ মনতো শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হব, যদিও আজি আপুনি সজাগ নহ'লে বন্ধুৰ লগত বিশ্চেদ হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে আপোনাৰ মনতো সামান্য বিষণ্ণ হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন আহিব পাৰে, মনত উৎসাহ বাঢ়িব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ঘৰুৱা সম্পত্তি নষ্ট হ'ব পাৰে লগতে আজি আপোনাৰ মনলৈ বেয়া চিন্তা আহিব পৰা কৰ্মৰ পৰা আতৰি থাকিবৈ চেষ্টা কৰিব।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ'ব, কৰবাত পাৱলগীয়া ধন ঘুৰাই পাৱ পাৰে, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে লগতে আজিৰ দিনটোত ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে সকলো দিশতে সজাগ আৰু সাৱধান হোৱাটো ভাল হ'ব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত লগ- বন্ধু , বা আত্মীয় পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি চিকিৎসাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব নহ'লে অৱাৱত ধন ক্ষয় হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আমোদ- প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি কনিষ্ঠ ব্যক্তিৰ পৰা মনত আনন্দ লাভ কৰাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, লগতে আজি বিবাহিত ব্যক্তি সকলৰ দাম্পত্য জীৱনত সুখ- শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ- শান্তি বাঢ়িব, আনন্দ মনে দিনটো পাৰ হ'ব, লগতে আজি ছাত্ৰ- ছাত্ৰী সকলৰ ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত শুভ বুলি কব পাৰি, কৰ্মত নতুন নতুন কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ মনতো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন খৱৰ লাভ কৰিব পাৰে, কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205