দৈনিক ৰাশিফল

দৈনিক ৰাশিফল

দৈনিক ৰাশিফল
দৈনিক ৰাশিফল

*দৈনিক ৰাশিফল*

শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম
৩ আঘোন, সোমবাৰ ইং ২০ নৱেম্বৰ ২০২৩ । 
 *সূৰ্য্যোদয়* ঘ:- ৫/৪৯/৩৫ *সূৰ্য্যাস্ত* ঘ:- ৪/২৯/৩৬
*ৰাশি:-* মকৰ ৰাশি। ঘ:-  ১০/৫৩/৫৮ যোৱাত কুম্ভ ৰাশি।
*তিথি :-* শুক্লা অষ্টমী। শে: ৰা:ঘ:- ৩/৩/২৫   লৈ। 
*নক্ষত্ৰ :-* ধনিষ্ঠা । ৰা:ঘ:- ১০/৩/২৫  লৈ।
*শুভ সংখ্যা:-* ২/৭
*শুভ ৰং:-* বগা / গোলপীয়া।
*আদ্যঋতু হলে :-* সুভগা যোগ। 
*মৰণত দোষ*:- নাই।
*যাত্ৰা:-*  ঈশান কোনত নাই । ৰা:ঘ:-৩/৩/২৫ যোৱাত পূৱ দিশত নাই।
*যোগিনী* :- ঈশান কোনত । ৰা:ঘ:-৩/৩/২৫ যোৱাত পূৱ দিশত।
*ভক্ষাভক্ষ্য* :- নাৰিকল খোৱা নিষেধ। ৰা:ঘ:- ৩/৩/২৫   যোৱাত লাও খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য ব্যাঘাত জন্মিব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য দ্ৰব্য হানি হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সৰু সৰু কথাই আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি কৰাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হ'ব পাৰে লগতে আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হ'ব, যদিও আজি আপুনি নিজৰ স্বাস্থ্যৰ লগতে পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখাটো ভাল হ'ব। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত যিসকল সাহিত্যি আছে তেওঁলোকৰ সাহিত্য সেৱাত মনোনিবেশ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত চিনাকি ব্যক্তিৰ দ্বাৰা বাধাৰ সন্মুখীন হব পাৰে লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য ব্যৰ্থতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ বুলি গণ্য কৰিব পাৰি, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত শুভ হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত আপোন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, ঘৰুৱা কৰ্মত শান্তি বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, শুভ কৰ্মলৈ নিমন্ত্ৰীত হ'ব পাৰে, যদিও আজি আপোনাৰ সন্মান হানী হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ সামাজিক কৰ্মত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয়ী মনোভাৱ বাঢ়িব ,  মনৰ উত্তেজনা বাঢ়িব পাৰে লগতে আজি আপোনাৰ হঠাৎ প্ৰাপ্তিৰ যোগ দেখা  যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত গীত মাতত নিজকে ব্যস্ত ৰাখিবলৈ সক্ষম হব, যদিও আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সজাগ নহ'লে সামান্য কষ্টৰ সন্মুখীন হব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধা - বিঘিনিৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।

( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)
 গুৱাহাটী - ৯
ফোন:- 9101096481
            9577136205