দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
২ আঘোন, ৰবিবাৰ ইং ১৯ নৱেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৫/৪৮/৪৯ *সূৰ্য্যাস্ত* ঘ:- ৪/৩০/৬
*ৰাশি:-* মকৰ ৰাশি।
*তিথি :-* শুক্লা ষষ্ঠী। প্ৰা:ঘ:- ৭/৩৭/৫ লৈ।
*নক্ষত্ৰ :-* শ্ৰৱণা । ৰা:ঘ:- ১১/৪৩/৪৫ লৈ।
*শুভ সংখ্যা:-* ১/৫
*শুভ ৰং:-* ৰঙা/ হালধীয়া।
*আদ্যঋতু হলে :-* সুভগা যোগ।
*মৰণত দোষ*:- এপদ ।প্ৰা:ঘ:- ৭/৩৭/৫ যোৱাত দ্বিপদ।
*যাত্ৰা:-* পশ্চিম দিশত নাই । প্ৰা:ঘ:-৭/৩৭/৫ যোৱাত বাযু কোনত নাই।
*যোগিনী* :- পশ্চিম দিশত । প্ৰা:ঘ:-৭/৩৭/৫ যোৱাত বাযু কোনত।
*ভক্ষাভক্ষ্য* :- নিম তিতা খোৱা নিষেধ। প্ৰা:ঘ:- ৭/৩৭/৫ যোৱাত তাল খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, আমোদ প্ৰমোদ ভাৱ বাঢ়িব, লগতে আজি আপোনাৰ হাতলৈ ধন ধানৰ আগমন হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, ভ্ৰমণত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব , ছাত্ৰ ছাত্ৰী সকলৰ বাবে শুভ বুলি কব পাৰি লগতে আজি আপোনাৰ দেহ মনৰ পৰা ভাগৰ বা এলাহ ভাৱ নাইকীয়া হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, আনৰ পৰা কৰ্মত প্ৰেৰণা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত গঠন মুল্যক কৰ্মত আত্মনিয়োগ কৰিবলৈ সক্ষম হব, মনত সুখ শান্তি বাঢ়িব যদিও আজি আপোনাৰ মনটো অস্থিৰ হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিব চেষ্টা কৰিব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব যদিও আজি আপুনি কৰ্মত সজাগ নহ'লে সামান্য বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে লগতে আজি আপুনি হীনমান্যতাত ভুগিব লগা কৰ্মৰ পৰা আতৰি থাকিব চেষ্টা কৰিব।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব যদিও আজি আপুনি ঘৰুৱা কৰ্মত অলপ সজাগ হোৱাটো ভাল হ'ব।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব, কৰ্মত সন্মান লাভ কৰিব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যিসকল শিল্পী আছে তেওঁলোকৰ শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ হ'ব, প্ৰেমত আনন্দ বাঢ়িব, শুভ সংবাদ লাভ কৰিব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব লগতে আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সহায় লাভ হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপুনি কৰ্মত মৰ্য্যদা লাভ হোৱাৰ যোগ দেখা যায়।
- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মানসিক সুখ শান্তি লাভ কৰিব, কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপুনি মনত ভাবি থকা কৰ্মবোৰ সফলতাৰে সম্পন্ন হোৱাৰ যোগ দেখা যায়।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205