শৈক্ষিক সভা আৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান।

শৈক্ষিক সভা আৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান।

শৈক্ষিক সভা আৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান।
শৈক্ষিক সভা আৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান।

শৈক্ষিক সভা আৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান।


        দৰঙ জিলাৰ দেওমৰনৈ সমীপৰ পোতা প্ৰাথমিক বিদ্যালয়ত কালি শৈক্ষিক সভা এখনৰ লগতে সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায়।বিদ্যালয় খনৰ প্ৰধান শিক্ষক মাননীয়  ম: মনচুৰ আলিয়ে আটধৰা সভাখনত সভাপতিত্ব কৰে অঞ্চলৰ বিশিষ্ট সমাজ সেৱক মাননীয় শ্ৰী দেৱেন বৰুৱা দেৱে।      

           তুৰাই মণ্ডলৰ কেন্দ্ৰ সমন্বয়ক মাননীয় ম: জেহেৰুৰ ইছলামে  ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি ভাষন আগবঢ়োৱা শৈক্ষিক সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মা

মাননীয় শ্ৰী মনোৰাম চহৰীয়া ,বিশিষ্ট সমাজ সেৱক মাননীয় শ্ৰী  কুমুদ বৰুৱা,বিশিষ্ট সমাজ সেৱিকা মহিলা হাজৰিকাৰ লগতে ভালে সংখ্যক শিক্ষানুৰাগী ৰাইজ উপস্থিত আছিল।আজিৰ উক্ত অনুষ্ঠানটিত ১০ গৰাকী শিক্ষাৰ্থীক কলম আৰু অভিনন্দন পত্ৰ প্ৰদান কৰা হয় বুলি বিদ্যালয় খনৰ সহকাৰী শিক্ষক  মাননীয় শ্ৰী ৰমেশ শৰ্মাই জানিবলৈ দিছে।