ছিপাঝাৰৰ ঘোৰাবান্ধাত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সোনালী জয়ন্তী ॥
ছিপাঝাৰৰ ঘোৰাবান্ধাত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সোনালী জয়ন্তী ॥
ছিপাঝাৰৰ ঘোৰাবান্ধাত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সোনালী জয়ন্তী ॥
সংবাদ ডিজিটেল সেৱা, ছিপাঝাৰ : ছিপাঝাৰৰ ঘোৰাবান্ধাত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সোনালী জয়ন্তী ॥
সাংস্কূতিক শোভাযাত্ৰাই মুখৰিত কৰিলে ছিপাঝাৰৰ আকাশ বতাহ
ধনৰ অধিষ্ঠাতা দেৱী লক্ষ্মীপূজাক লৈ ছিপাঝাৰত উখল মাখল পৰিবেশ ॥ ঘোৰাবান্ধা সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষী পূজা উদযাপন সমিতিয়ে ঘোৰাবান্ধা পূজা ঘৰ প্ৰাংগনত তিনিদিনীয়া কাৰ্যসুচীৰে আয়োজন কৰিছে লক্ষ্মী পূজা ॥
ছিপাঝাৰৰ ঘোৰাবান্ধাত সোনালী জয়ন্তী উপলক্ষে ৫০ গছি বন্তি প্ৰজ্বলন , আয়তীৰ নাম প্ৰদৰ্শন ,ওজাপালি প্ৰদৰ্শন , নাগাৰা নাম প্ৰদৰ্শন আদিৰ লগতে বিশাল সাংস্কূতিক শোভাযাত্ৰা অনুষ্টিত হয় ॥