দৰঙৰ দুমুনিচকীত সদৌ অসম ভিত্তিত দিবা নৈশ প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতাৰ অস্থায়ী কায্যালয় মুকলি।

দৰঙৰ দুমুনিচকীত সদৌ অসম ভিত্তিত দিবা নৈশ প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা অস্থায়ী কায্যালয় মুকলি।

বিগত বছৰকেইটিৰ দৰে এইবেইলিও দুমুনিচকীত ১৫, ১৬ আৰু ১৭ ডিচেম্বৰত অনুষ্ঠিত হব ফুটবলৰ মহাৰণ।

পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হব লগা  দিবা নৈশ প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতাখনিৰ ৰবিবাৰে দৰঙৰ দুমুনীচকীত অস্থায়ী কায্যালয় আনুস্থানিক ভাবে মুকলি কৰে বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী ডাক্তৰ মৃদুল আহমেদে। ৰবিবাৰে আখটাৰ হুছেইনে আত ধৰা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমজকৰ্মী দিলোৱাৰ হুছেইনৰ, বৈতুলা আহমেদ, মেহবুবৰ ৰহমান, দৰং জিলাৰ প্ৰাক্তন উপসভাপতি দায়াদেমূল হক চৌধাৰীৰ লগতে অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। 

ট্ৰফী সহ বিজয়ী দলক ১০০০০১ (এক লাখ এক) টকা বিজিত দলক ৬০০০১ (ষাঠি হাজাৰ এক)টকাৰ লগতে শ্ৰেষ্ঠ খেলুৱৈক  অন্যান্য বঁটা প্ৰদান কৰা হব বুলি জনাইছে উদ্যক্তাই । দিবা নৈশ ফুটবলৰ লগত সংগতি ৰাখি সন্ধিয়া অনুষ্ঠিত হব বাৰেৰহনীয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান । ৰাইজৰ সহায় সহযোগীতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে ।