বিশিষ্ট সমাজসেৱক নগেন্দ্ৰ চন্দ্ৰ শৰ্মাৰ মৃত্যুত শোকৰ ছাঁ 

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হাস্পিটেলত হৃদৰোগৰ চিকিৎসাধীন অৱস্থাত কালি ৰাতিপূৱা প্ৰায় ৯-৩৫ বজাত মঙলদৈ নিৱাসী তথা বিশিষ্ট সমাজ সেৱক  মাননীয় শ্ৰী নগেন্দ্ৰ চন্দ্ৰ শৰ্মা দেৱ স্বৰ্গগামী হয়।

         ভাৰতীয় জীৱন বীমা নিগমৰ অৱসৰী কৰ্মচাৰী শৰ্মা দেৱৰ মৃত্যুত অঞ্চলটিত শোকৰ ছাঁ পৰিছে।

    ৭১ বছৰ বয়সত স্বৰ্গগামী হোৱা শৰ্মা দেৱৰ মৃত্যুৰ সময়ত তেখেতৰ ধৰ্মপত্নী,পুত্ৰ -বোৱাৰী,জী-জোৱাইৰ লগতে বহুতো আত্মীয়ক এৰি থৈ যায়।