দৈনিক ৰাশিফল

দৈনিক ৰাশিফল

দৈনিক ৰাশিফল
দৈনিক ৰাশিফল

*দৈনিক ৰাশিফল

শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
১৯ কাতি , সোমবাৰ ইং ৬ নৱেম্বৰ ২০২৩ । 
 *সূৰ্য্যোদয়* ঘ:- ৫/৩৮/২৫ *সূৰ্য্যাস্ত* ঘ:- ৪/৩৬/৫
*ৰাশি:-* কৰ্কট ৰাশি। ঘ:- ২/২৬/৫ যোৱাত সিংহ ৰাশি।
*তিথি :-* কৃষ্ণা নৱমী। শে:ৰা:ঘ:- ৫/৩৪/৮ লৈ। 
*নক্ষত্ৰ :-* আশ্লেষা। দি:ঘ:- ২/২৫/৫ লৈ।
*শুভ সংখ্যা:-* ৬/২
*শুভ ৰং:-* বগা/ গোলপীয়া।
*আদ্যঋতু হলে :-* কান্তা যোগ। 
*মৰণত দোষ*:-  নাই।
*যাত্ৰা:-* পূৱ দিশত নাই। শে:ৰা:ঘ:- ৫/৩৪/৮ যোৱাত উত্তৰ দিশত নাই।
*যোগিনী* :- পূৱ দিশত । শে:ৰা:ঘ:- ৫/৩৪/৮ যোৱাত উত্তৰ দিশত ।
*ভক্ষাভক্ষ্য* :- লাও খোৱা নিষেধ। শে:ৰা:ঘ:- ৫/৩৪/৮ যোৱাত কলমৌ খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত হাতলৈ ধন আগমন বাঢ়িব, ভাল ব্যক্তিৰ সান্নিধ্য লাভ কৰিব লগতে আজি কৰ্মস্থান মজলীয়া হোৱা দেখা যায়।

২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত ভাল সংবাদ লাভ কৰিব, মনত ভক্তি ভাৱ বাঢ়িব, যদিও আজি আপুনি মনোমালিন্য হ'ব পাৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।

৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত মনটো সুস্থিৰ হ'ব যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত ন্যায় লাভ কৰিব যদিও আজি যিসকল ব্যক্তি ৰাজনীতিৰ লগত জড়িত তেওঁলোকে সকলো দিশতে সাৱধান হৈ চলাটো ভাল হব লগতে আজি আপুনি কৰ্মক্ষেত্ৰত বুজাবুজিৰ মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ চেষ্টা কৰিব।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰিব, হাতলৈ ধন ধান আহিব, লগতে আজি আপোনাৰ পুৰণি সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত দেহ মনত সামান্য কান্তিৰ ভাৱ সৃষ্টি হ'ব পাৰে, প্ৰেমত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন আহিব পাৰে,সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত সামান্য ভয় ভাৱ সৃষ্টি কৰিব পাৰে।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, আত্মীয় পৰিয়ালৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত সামান্য দুৰ্বল ভাৱ সৃষ্টি কৰিব পাৰে।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ বুলি কব পাৰি, লগতে আজি শিল্পী সকলৰ সকলো দিশতে শুভ হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু বিঢ়িব, যদিও আজি আপুনি দেহ মনৰ এলাহ ভাৱ পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব।

১১. *কুম্ভ ৰাশি*(গ,শ,স):- কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত দেহ মনত সুখ শান্তি বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, যদিও আজি আপোনাৰ বিপদ হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব পাৰে, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ দিনটো বিলাসীতাৰ মাজেৰে পৰা হোৱাৰ যোগ দেখা যায়।

( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)
 গুৱাহাটী - ৯
ফোন:- 9101096481
            9577136205