দৈনিক ৰাশিফল

দৈনিক ৰাশিফল

দৈনিক ৰাশিফল
দৈনিক ৰাশিফল

 *দৈনিক ৰাশিফল

শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
১৭ আঘোন, সোমবাৰ ইং ৪ ডিচেম্বৰ ২০২৩ । 
 *সূৰ্য্যোদয়* ঘ:- ৫/৫৯/৭ *সূৰ্য্যাস্ত* ঘ:- ৪/২৮/৪০
*ৰাশি:-*  সিংহ ৰাশি।
*তিথি :-* কৃষ্ণা সপ্তমী। ৰা:ঘ:- ৮/৪৬/৫ লৈ। 
*নক্ষত্ৰ :-* মঘা । ৰা:ঘ:- ১২/১৬/৩৫  লৈ। 
*শুভ সংখ্যা:-* ৫/২
*শুভ ৰং:-*  বগা/ গোলপীয়া।
*আদ্যঋতু হলে :-* কান্তা যোগ। 
*মৰণত দোষ*:- এপদ । ৰা:ঘ:- ৮/৪৬/৫ যোৱাত নাই।
*যাত্ৰা:-* বাযু কোনত নাই। ৰা:ঘ:- ৮/৪৬/৫ যোৱাত ঈশান কোনত নাই।
*যোগিনী* :- বাযু কোনত। ৰা:ঘ:- ৮/৪৬/৫ যোৱাত ঈশান কোনত।
*ভক্ষাভক্ষ্য* :- তাল খোৱা নিষেধ। ৰা:ঘ:- ৮/৪৬/৫  যোৱাত নাৰিকল খোৱা নিষেধ।

YouTube:- https://youtube.com/@astrologernayanjyotisarma8497


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য নতুন নতুন সমস্যাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত দ্ৰব্য বা সম্পদ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট সন্মুখীন হব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব, আৰ্থিক দিশটো শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত আনৰ সহায় সহযোগিতা মাজেৰে দিনটো পাৰ হ'ব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মৰ প্ৰতি উৎসাহী হোৱাৰ যোগ দেখা যায়। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব লগতে আজি যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায় 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত যান বাহনৰ পৰা সুখ লাভ কৰিব, ঠিকাদাৰী ব্যৱসায়ি সকলৰ শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব পাৰে, মনত উৎসাহ বাঢ়িব, যদিও আজি আপোনাৰ দেহ মনত আঘাত পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা ধন সম্পত্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ সৃষ্টি হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে মনৰ আনন্দ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি বৃদ্ধি পাৱ, সামাজিক কৰ্ম বা আনক সহায় সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হ'ব, সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপোনাৰ বিপদ হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব, ছোৱালী সকলৰ আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, লগত বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, কৰ্মত নানান সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)
 গুৱাহাটী - ৯
ফোন:- 9101096481
            9577136205