দৰঙ জিলাৰ চপাই সাহিত্য সভাৰ উদ্যোগত আত্মজীৱনী মূলক গ্ৰন্থ উন্মোচন কৰা হয়।

দৰঙ জিলাৰ চপাই সাহিত্য সভাৰ উদ্যোগত আত্মজীৱনী মূলক গ্ৰন্থ এখন আজি মঙলদৈ চপাইত উন্মোচন কৰা হয়। দৰঙ জিলাৰ বিশিষ্ট সাহিত্যিক, গীতিকাৰ, কণ্ঠ শিল্পী মাননীয় শ্ৰী শৰৎ চন্দ্ৰ শৰ্মাৰ  "মই শৰৎ চন্দ্ৰ শৰ্মাই কৈছোঁ" নামৰ  আত্মজীৱনী মূলক গ্ৰন্থ খন উন্মোচন কৰা সভাখনত ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গ্ৰন্থ খন উন্মোচন কৰে দৰঙ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱে।

সভাত মাননীয় শ্ৰী ধীৰেন্দ্ৰ কুমাৰ শৰ্মা, উপ সভাপতি দৰং জিলা সাহিত্য সভা মাননীয় শ্ৰী প্ৰভাত চৌধুৰী, বিশিষ্ট গীতিকাৰ অনাতাঁৰ কেন্দ্ৰ গুৱাহাটী, মাননীয় শ্ৰী ৰমনী মোহন শৰ্মা, উপ সভাপতি, শাখা সাহিত্য সভা চপাই মাননীয় ড০ বিজয় কুমাৰ শৰ্মা, বিশিষ্ট গৱেষক-লেখক, নগাওঁ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যপক অনাতাঁৰ শিল্পী মাননীয় শ্ৰী দীজেন্দ্ৰ মোহন শৰ্মাৰ লগতে  অৱসৰী প্ৰধান শিক্ষয়িত্ৰী মাননীয়া শ্ৰীবিনু ডেকাৰ লগতে ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।