সদৌ অসম মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী ইউনিয়নৰ মঙ্গলদৈত পিকেটিং কাৰ্যসূচী।

দৰং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা। মঙ্গলদৈত ৰান্ধনীৰ ধৰ্না।

ৰাজ্যজুৰি পিকেটিং কাৰ্যসূচী।

বন্ধ কৰিলে দৰং জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়। মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ মাননিৰ পৰিবৰ্তে মজুৰি দিয়ক,বকেয়া মাননি আদায় দিয়ক, কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক চিকিৎসা সাহায্য প্ৰদান কৰক,10 হাজাৰ টকা মাননি প্ৰদান কৰক আদি ধ্বনিৰে দৰং জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত পিকেটিং কাৰ্যসূচী ৰূপায়ন কৰে শ শ ৰান্ধনীয়ে।

শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বহি পৰিছে ৰান্ধনী সকল।

ৰান্ধনী সকলৰ এই দাবী মানি নললে আৰক্ষীক গুলীয়াই মাৰিবলৈ আহ্বান।