দৈনিক ৰাশিফল

দৈনিক ৰাশিফল

দৈনিক ৰাশিফল
দৈনিক ৰাশিফল

???? *দৈনিক ৰাশিফল* ????

???? শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:????
২৮ কাতি, বুধবাৰ ইং ১৫ নৱেম্বৰ ২০২৩ । 
 *সূৰ্য্যোদয়* ঘ:- ৫/৪৫/২৯ *সূৰ্য্যাস্ত* ঘ:- ৪/৩১/৪৯
*ৰাশি:-*  বৃশ্চিক ৰাশি। শে:ৰা:ঘ:-  ৪/২/৪৩ যোৱাত ধনু ৰাশি।
*তিথি :-* শুক্লা দ্বিতীয়া। দি:ঘ:- ১/৪৯/৫৩ লৈ। 
*নক্ষত্ৰ :-*  জ্যেষ্ঠা।শে :ৰা:ঘ:- ৪/২/৪৩  লৈ।
*শুভ সংখ্যা:-* ৬/৪ 
*শুভ ৰং:-* সেউজীয়া / বগা ।
*আদ্যঋতু হলে :-* প্ৰতিহীনা যোগ। 
*মৰণত দোষ*:- এপদ । 
 ঘ:-১/৪৯/৫৩  যোৱাত নাই । 
*যাত্ৰা:-* উত্তৰ দিশত নাই । ঘ:-১/৪৯/৫৩ যোৱাত অগ্নি কোনত নাই ।
*যোগিনী* :- উত্তৰ দিশত। ঘ:-১/৪৯/৫৩ যোৱাত অগ্নি কোনত।
*ভক্ষাভক্ষ্য* :-  তিতা খোৱা নিষেধ।ঘ:- ১/৪৯/৫৩  যোৱাত পটল খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত উপাৰ্জন বাঢ়িব , ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব পাৰিব, লগতে আজি ছোৱালী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে, সাচতিয়া ধন অৱাৱত ক্ষয় হ'ব পাৰে, যদিও আজি ৰাজনৈতিক লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা, সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সিদ্ধি লাভ কৰিব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, উত্তম খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, সঞ্চয় বাঢ়িব, লগতে আজি উকীল/ পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি সাধন হব,  প্ৰেমত শুভ হ'ব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব , মনৰ আশা পূৰণ হ'ব, যদিও আজি আপোনাৰ দেহ মনৰ পৰা এলাহ ভাৱ পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰবাত পাৱলগীয়া ধন ঘূৰাই পাৱ পাৰে, মনোৰঞ্জনত নিজকে ব্যস্ত ৰাখিবলৈ সক্ষম হব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব, ভ্ৰমণত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ সম্পত্তি বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন ধান আহিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব লগতে আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনটো সামান্য চিন্তিত কৰি তুলিব পাৰে।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত দেহ মনৰ পৰা এলাহ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোটে সাৱধান হ'ব লগতে সামান্য খেলিমেলি হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ বুলি গণ্য কৰিব পাৰি, প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব লগতে আজি ছোৱালী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)
 গুৱাহাটী - ৯
ফোন:- 9101096481
            9577136205