দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰ যুঁজত এগৰাকী মহিলা।

চিকিৎসাৰ বাবে সাহাৰ্যৰ আহ্বান পৰিয়ালৰ

দুমুনিচকী ১৯ আগষ্ট : জীৱন-মৃত্যুৰে যুঁজিছে এগৰাকী মহিলাই  । সম্প্ৰতি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত  ছিপাঝাৰৰ গণেশকুঁৱৰী সমীপৰ প্ৰণৱ শৰ্মাৰ পত্নী কবিতা দেৱী । অতি সৰল মনা আৰু নম্ৰ স্বভাৱৰ দুই সন্তানৰ মাতৃ তথা সাংস্কৃতিক দিশত প্ৰতিভান মহিলা কবিতা দেৱী । দুমুনিচকী-কুৰুৱা পথৰ গণেশকুঁৱৰীত ক্ষুদ্ৰ ব্যৱসায় কৰা প্ৰণৱ শৰ্মাৰ এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে । উল্লেখ্য যে, সঘনাই বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা  স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত মাৰাত্মক কেঞ্চাৰ ৰোগত ভুগি থকা বুলি চিকিৎসকে জানিবলৈ দিয়ে। এই খবৰ পোৱাৰ লগে লগে পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰে। পৰিয়ালটোৰ মাজত দিন নাযায়-ৰাতি নুপুৱাই লেখিয়া হৈছে ।

জানিব পৰামতে কোনো মতে পেট প্ৰৱৰ্তাই থকা স্বামী প্ৰণৱে অৰ্থৰ অভাৱৰ বাবে দুৰ্ভগীয়া পত্নীক অসমৰ বাহিৰৰ হাস্পতালৰ পৰা উভতাই আনি বৰ্তমান বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসা কৰাই আছে । সম্প্ৰতি চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি থকা  ব্যয়বহুল চিকিৎসাৰ খৰচ বহনৰ ক্ষেত্ৰত আৰ্থিক দুৰৱস্থাই পৰিয়ালটোক কোঙা কৰি পেলাইছে। স্বামী প্ৰণৱ শৰ্মা তথা পৰিয়ালৰ লোকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আৰ্থিক সাহাৰ্যৰ বাবে কাতৰ অনুৰোধ জনাইছে। একেদৰে উপযুক্ত চিকিৎসাৰ বাবে কোনো সুহৃদয় বান ব্যক্তিৰ পৰা মহিলাগৰাকীৰ এনে জটিল সন্ধিক্ষণত কোনো লোকে সহায় কৰিব বিচাৰিলে নিম্ন লিখিত ঠিকনাত 

Kabita Devi
Vill-Chamuapara
Po-Ganeshkuwari
Ps- Sipajhar
A/c no-5513826891
IFSC :CBIN0282806 অথবা ৮০১১৬৮৫৩৭৬ মোবাইল নম্বৰত যোগাযোগ কৰি সহায়-সাহাৰ্য দিব পাৰিব বুলি পৰিয়ালৰ লোকে জনাইছে ।